পৰিচয়ৰ বিৱৰণসমূহ সম্পাদন কৰক
পৰিচয় বিৱৰণসমূহ সম্পাদন কৰিলে আপোনাৰ ঠিকনা বহীত তথ্য বৰ্তমান তাৰিখলৈ উন্নত আৰু সম্পূৰ্ণ ৰখাত সহায় কৰে।
আপোনাৰ পৰিচয় তালিকাৰ পৰা পৰিচয়টো বাছক।
Press the menu button in the top-right corner of the window and select Edit.
-
পৰিচয়ৰ বিৱৰণসমূহ সম্পাদন কৰক।
To add a detail such as a new phone number or email address, just fill in the details on the next empty field of the type (phone number, email, etc.) you want to add.
Press the bottommost button to expand available options, revealing fields like Website and Birthday.
পৰিচয়ৰ সম্পাদন সম্পূৰ্ণ কৰিবলৈ কৰা হল টিপক।