পৰিচয়সমূহ লিঙ্ক আৰু আনলিঙ্ক কৰক
পৰিচয়সমূহ লিঙ্ক কৰক
আপুনি আপোনাৰ স্থানীয় ঠিকনা বহীৰ পৰা আৰু অনলাইন একাওন্টসমূহৰ পৰা প্ৰতিলিপি পৰিচয়সমূহক এটা পৰিচয়সমূহ প্ৰৱিষ্টিত একত্ৰিত কৰিব পাৰিব। এই বৈশিষ্ট্যয় আপোনাৰ ঠিকনা বহী সংঘঠিত ৰখাত সহায় কৰে, এটা পৰিচয়ৰ বিষয়ে সকলো বিৱৰণ এটা স্থানত থৈ।
পৰিচয় তালিকাৰ ওপৰত টিক বুটাম ক্লিক কৰি নিৰ্বাচন অৱস্থা সামৰ্থবান কৰক।
A checkbox will appear next to each contact. Tick the checkboxes next to the contacts that you want to merge.
নিৰ্বাচিত পৰিচয়সমূহ লিঙ্ক কৰিবলৈ লিঙ্ক টিপক।
পৰিচয়সমূহ আনলিঙ্ক কৰক
আপুনি পৰিচয়সমূহৰ সংযোগ আতৰাব বিচাৰিব পাৰে যদি আপুনি সংযুক্ত কৰিব নলগিয়া পৰিচয়সমূহ ভূলভাৱে সংযুক্ত কৰিছে।
আপোনাৰ পৰিচয়ৰ তালিকাৰ পৰা আনলিঙ্ক কৰিব বিচৰা পৰিচয় বাছক।
পৰিচয়সমূহ ৰ ওপৰ-সোঁ চুকত সম্পাদন কৰক টিপক।
Press Linked Accounts.
Press Unlink to unlink the entry from the contact.
Close the window once you have finished unlinking the entries.
পৰিচয়ৰ সম্পাদন সম্পূৰ্ণ কৰিবলৈ কৰা হল টিপক।