এটা পৰিচয়ৰ বাবে সন্ধান কৰক
আপুনি দুটা পদ্ধতিৰ এটা ব্যৱহাৰ কৰি এটা অনলাইন পৰিচয় সন্ধান কৰিব পাৰিব:
- In the Desktop, start typing the name of the contact. 
- Matching contacts will appear in the desktop instead of the usual list of applications. 
- তালিকাৰ ওপৰত থকা পৰিচয় নিৰ্বাচন কৰিবলৈ Enter টিপক অথবা আপুনি নিৰ্বাচন কৰিব খোজা পৰিচয়ত ক্লিক কৰক যদি সিহত ওপৰত নাথাকে। 
পৰিচয়সমূহ ৰ ভিতৰৰ পৰা সন্ধান কৰিবলৈ:
- সন্ধান ফিল্ডৰ ভিতৰত ক্লিক কৰক। 
- পৰিচয়ৰ নাম টাইপ কৰা আৰম্ভ কৰক।