বিন্যাসৰ মতে ফাইলসমূহ বাছক
You can select files in a folder using a pattern on the file name. Press Ctrl+S to bring up the Select Items Matching window. Type in a pattern using common parts of the file names plus wild card characters. There are two wild card characters available:
* এ যিকোনো সংখ্যাক আখৰৰ সৈতে মিল খায়, কোনো আখৰ নাথাকিলেও মিল খায়।
? এ যিকোনো আখৰৰ এটাৰ সৈতে মিল খায়।
উদাহৰণস্বৰূপ:
-
যদি আপোনাৰ এটা OpenDocument লিখনী ফাইল, এটা PDF ফাইল, আৰু এটা ছবি যাৰ বাবে সকলোৰ একেটা ভিত্তি নাম Invoice থাকে, বিন্যাসৰ সৈতে তিনিওটাক বাছক
Invoice.*
-
যদি আপোনাৰ Vacation-001.jpg, Vacation-002.jpg, Vacation-003.jpg নাম থকা কিছুমান ফ'টো আছে; বিন্যাসৰ সৈতে সকলোকে বাছক
Vacation-???.jpg
-
If you have photos as before, but you have edited some of them and added -edited to the end of the file name of the photos you have edited, select the edited photos with
Vacation-???-edited.jpg