ফাইলসমূহ আৰু ফোল্ডাৰসমূহ সজাঁওক

You can sort files in different ways in a folder, for example by sorting them in order of date or file size. See ফাইলসমূহ সজোৱাৰ ধৰণবোৰ below for a list of common ways to sort files. See ফাইলসমূহ ত পছন্দসমূহ দৰ্শন কৰক for information on how to change the default sort order.

The way that you can sort files depends on the folder view that you are using. You can change the current view using the list or icon buttons in the toolbar.

আইকন দৰ্শন

To sort files in a different order, click the view options button in the toolbar and choose By Name, By Size, By Type, By Modification Date, or By Access Date.

উদাহৰণস্বৰূপ, যদি আপুনি নামৰ দ্বাৰা নিৰ্বাচন কৰে, ফাইলসমূহ সিহতৰে নামৰে সজোৱা হব, আক্ষৰিক ক্ৰমত। অন্য বিকল্পৰ বাবে ফাইলসমূহ সজোৱাৰ ধৰণবোৰ চাওক।

You can sort in the reverse order by selecting Reversed Order from the menu.

তালিকা দৰ্শন

To sort files in a different order, click one of the column headings in the file manager. For example, click Type to sort by file type. Click the column heading again to sort in the reverse order.

In list view, you can show columns with more attributes and sort on those columns. Click the view options button in the toolbar, pick Visible Columns… and select the columns that you want to be visible. You will then be able to sort by those columns. See Files list columns preferences for descriptions of available columns.

ফাইলসমূহ সজোৱাৰ ধৰণবোৰ

নাম

ফাইল নামৰ সহায়ত আক্ষৰিকভাৱে সজায়।

আকাৰ

ফাইলৰ আকাৰ দ্বাৰা সমন্বয় কৰক (ই কিমান ডিস্ক স্থান লয়)। অবিকল্পিতভাৱে সৰুৰ পৰা ডাঙৰলৈ সমন্বয় কৰে।

ধৰণ

ফাইলৰ ধৰণে আক্ষৰিকভাৱে সমন্বয় কৰে। একে ধৰণৰ ফাইলক এলগলে ৰখা হয়, তাৰ পিছত নামৰে সমন্বয় কৰা হয়।

Last Modified

এটা ফাইল সৰ্বশেষ পৰিবৰ্তন কৰাৰ তাৰিখ আৰু সময়ৰে সমন্বয় কৰে। পুৰনিৰ পৰা নতুনলৈ অবিকল্পিতভাৱে সমন্বয় কৰে।