সাধাৰণত-ব্যৱহৃত দস্তাবেজ দৰণসমূহৰ বাবে টেমপ্লেইটসমূহ
If you often create documents based on the same content, you might benefit from using file templates. A file template can be a document of any type with the formatting or content you would like to reuse. For example, you could create a template document with your letterhead.
এটা নতুন টেমপ্লেইট নিৰ্মাণ কৰক
আপুনি এটা টেমপ্লেইট ৰূপে ব্যৱহাৰ কৰিব খোজা এটা দস্তাবেজ সৃষ্টি কৰক। উদাহৰণস্বৰূপ, আপুনি আপোনাৰ লেটাৰহেড এটা শব্দ প্ৰক্ৰিয়াকৰণ এপ্লিকেচনত বনাব পাৰিব।
Save the file with the template content in the Templates folder in your Home folder. If the Templates folder does not exist, you will need to create it first.
এটা দস্তাবেজ সৃষ্টি কৰিবলৈ এটা টেমপ্লেইট ব্যৱহাৰ কৰক
আপুনি নতুন দস্তাবেজ উপস্থাপন কৰিব বিচৰা ফোল্ডাৰ খোলক।
Right-click anywhere in the empty space in the folder, then choose New Document. The names of available templates will be listed in the submenu.
তালিকাৰ পৰা আপোনাৰ পছন্দৰ টেমপ্লেইট বাছক।
Double-click the file to open it and start editing. You may wish to rename the file when you are finished.