ফাইল ব্যৱস্থাপক ব্যৱহাৰ পছন্দবোৰ

You can control whether you single-click or double-click files, how executable text files are handled, and the trash behavior. Click the menu button in the top-right corner of the window and select Preferences, and select the Behavior tab.

ব্যৱহাৰ

বস্তুবোৰ খোলিবলৈ এবাৰ ক্লিক কৰক
বস্তুবোৰ খোলিবলৈ দুবাৰ ক্লিক কৰক

অবিকল্পিতভাৱে, এবাৰ ক্লিক কৰিলে ফাইলসমূহ নিৰ্বাচন হয় আৰু দুবাৰ ক্লিকত সিহত খোল খায়। ইয়ৰা পৰিৱৰ্তে আপুনি এবাৰ ক্লিকত ফাইল আৰু ফোল্ডাৰসমূহ খোলিবলৈ নিৰ্বাচন কৰিব পাৰে। যেতিয়া আপুনি এবাৰ-ক্লিক অৱস্থা ব্যৱহাৰ কৰে, এটা অথবা অধিক ফাইলসমূহ নিৰ্বাচন কৰিবলৈ আপুনি Ctrl কি ধৰি থৈ ক্লিক কৰিব পাৰে।

এক্সিকিউটেবুল লিখনী ফাইলসমূহ

An executable text file is a file that contains a program that you can run (execute). The file permissions must also allow for the file to run as a program. The most common are Shell, Python and Perl scripts. These have extensions .sh, .py and .pl, respectively.

যেতিয়া আপুনি এটা এক্সিকিউটেবুল লিখনী ফাইল খোলে, আপুনি বাছিব পাৰিব:

  • এক্সিকিউটেবুল লিখনী ফাইলসমূহ খোলোতে চলাওক

  • এক্সিকিউটেবুল ফাইলসমূহ খোলোতে দৰ্শন কৰক

  • প্ৰতিবাৰ সোধিব

যদি প্ৰতিবাৰ সোধক নিৰ্বাচন কৰা থাকে, এটা ডাইলগ পপ আপ হব যি আপুনি নিৰ্বাচিত লিখনী ফাইল চলাব খোজে নে দৰ্শন কৰিব খোজে সোধিব।

Executable text files are also called scripts. All scripts in the ~/.local/share/nautilus/scripts folder will appear in the context menu for a file under the Scripts submenu. When a script is executed from a local folder, all selected files will be pasted to the script as parameters. To execute a script on a file:

  1. পছন্দৰ ফোল্ডাৰলৈ যাওক।

  2. পছন্দৰ ফাইল বাছক।

  3. পৰিপ্ৰেক্ষতিত মেনু খোলিবলৈ ফাইলত ৰাইট ক্লিক কৰক আৰু স্ক্ৰিপ্টসমূহ মেনুৰ পৰা এক্সিকিউট কৰিবলৈ পছন্দৰ স্ক্ৰিপ্ট বাছক।

এটা স্ক্ৰিপ্টক কোনো প্ৰাচল প্ৰদান কৰা নহব যেতিয়া এটা দূৰৱৰ্তী ফোল্ডাৰ যেনে ৱেব অথবা ftp সমল দেখুৱা এটা ফোল্ডাৰৰ পৰা এক্সিকিউট কৰা হয়।

আবৰ্জনা

Ask before emptying the Trash

এই বিকল্প অবিকল্পিতভাৱে নিৰ্বাচিত থাকে। আবৰ্জনা ৰিক্ত কৰোতে, এটা বাৰ্তা প্ৰদৰ্শন কৰা হব যি আপোনাক আবৰ্জনা ৰিক্ত কৰিব খোজে নে ফাইলসমূহ মচিব খোজে সোধিব।