স্ক্ৰিনশ্বটসমূহ আৰু স্ক্ৰিনকাস্টসমূহ
You can take a picture of your screen (a screenshot) or record a video of what is happening on the screen (a screencast). This is useful if you want to show someone how to do something on the computer, for example. Screenshots and screencasts are just normal picture and video files, so you can email them and share them on the web.
এটা স্ক্ৰিনশ্বট লওক
Open Screenshot from the Desktop.
In the Screenshot window, select whether to grab the whole screen, the current window, or an area of the screen. Set a delay if you need to select a window or otherwise set up your desktop for the screenshot. Then choose any effects you want.
-
স্ক্ৰিনশ্বট লওক ক্লিক কৰক।
If you selected Selection, the pointer changes into a crosshair. Click and drag the area you want for the screenshot.
-
স্ক্ৰিনশ্বট সংৰক্ষণ কৰক উইন্ডোত, এটা ফাইল নাম সুমুৱাওক আৰু এটা ফোল্ডাৰ বাছক, তাৰ পিছত সংৰক্ষণ কৰক ক্লিক কৰক।
বিকল্পভাৱে, স্ক্ৰিনশ্বটক প্ৰথমতে সংৰক্ষণ নকৰি এটা ছবি-সম্পাদন কৰা এপ্লিকেচনত প্ৰত্যক্ষভাৱে ইমপৰ্ট কৰক। ক্লিপবৰ্ডলৈ কপি কৰক ক্লিক কৰক তাৰ পিছত ছবিক অন্য এপ্লিকেচনত পেইস্ট কৰক, অথবা স্ক্ৰিনশ্বট থাম্বনেইলক এপ্লিকেচনত ড্ৰেগ কৰক।
কিবৰ্ড চৰ্টকাটসমূহ
ডেস্কটপ, এটা উইন্ডো, অথবা এটা স্থানৰ যিকোনো সময়ত এই বিশ্বব্যাপী কিবৰ্ড চৰ্টকাটসমূহ ব্যৱহাৰ কৰি এটা স্ক্ৰিনশ্বট লওক:
ডেস্কটপৰ এটা স্ক্ৰিনশ্বট লবলৈ Prt Scrn।
এটা উইন্ডোৰ স্ক্ৰিনশ্বট লবলৈ Alt+Prt Scrn।
আপুনি নিৰ্বাচন কৰা এটা স্থানৰ এটা স্ক্ৰিনশ্বট লবলৈ Shift+Prt Scrn।
When you use a keyboard shortcut, the image is automatically saved in your Pictures folder in your home folder with a file name that begins with Screenshot and includes the date and time it was taken.
If you do not have a Pictures folder, the images will be saved in your home folder instead.
স্ক্ৰিনশ্বট ছবিক সংৰক্ষণ কৰাৰ পৰিৱৰ্তে ক্লিপবৰ্ডলৈ কপি কৰিবলৈ আপুনি ওপৰৰ চৰ্টকাটসমূহৰ যিকোনো এটাৰ সৈতে Ctrl কি ধৰি থব পাৰিব।
এটা স্ক্ৰিনকাস্ট বনাওক
আপোনাৰ পৰ্দাত কি হৈ আছে আপুনি তাৰ এটা ভিডিঅ' ৰেকৰ্ডিং বনাব পাৰিব:
-
Press Ctrl+Alt+Shift+R to start recording what is on your screen.
A red circle is displayed in the top right corner of the screen when the recording is in progress.
Once you have finished, press Ctrl+Alt+Shift+R again to stop the recording.
The video is automatically saved in your Videos folder in your home folder, with a file name that starts with Screencast and includes the date and time it was taken.
If you do not have a Videos folder, the videos will be saved in your home folder instead.