টাইল উইন্ডোসমূহ

আপুনি এটা উইন্ডোক কেৱল পৰ্দাৰ বাওঁ অথবা সোঁফালে সৰ্বাধিক আকাৰলৈ নিব পাৰিব, আপোনাক দুটা উইন্ডো ওচৰা-ওচৰি থোৱাৰ অনুমতি দি যাতে আপুনি দ্ৰুত সিহতৰ মাজত চুইচ কৰিব পাৰে।

To maximize a window along a side of the screen, grab the titlebar and drag it to the left or right side until half of the screen is highlighted. Using the keyboard, hold down Super and press the Left or Right key.

এটা উইন্ডোক তাৰ প্ৰকৃত আকাৰলৈ পুনৰুদ্ধাৰ কৰিবলে, পৰ্দাৰ কাষৰ পৰা ইয়াক ড্ৰেগ কৰক, অথবা সৰ্বাধিক আকাৰলৈ নিবলৈ ব্যৱহাৰ কৰা একেটা কিবৰ্ড চৰ্টকাট ব্যৱহাৰ কৰক।

Hold down the Super key and drag anywhere in a window to move it.