মই মোৰ প্ৰিন্টাৰ কেনেকৈ মানাংকন কৰিম?

এটা প্ৰিন্টাৰ ডিভাইচক আলেখ্যন কৰিবলৈ দুটা পদ্ধতি আছে:

  • Pantone ColorMunki ৰ নিচিনা এটা ফ'টোস্পেক্ট্ৰমিটৰ ডিভাইচ ব্যৱহাৰ কৰি

  • Downloading a printing reference file from a color company

Using a color company to generate a printer profile is usually the cheapest option if you only have one or two different paper types. By downloading the reference chart from the companies website you can then send them back the print in a padded envelope where they will scan the paper, generate the profile and email you back an accurate ICC profile.

এটা মূল্যবান ডিভাইচ যেনে ColorMunki ব্যৱহাৰ কৰাটো কেৱল তেতিয়াহে সূলভ হব যেতিয়া আপুনি চিয়াঁহী সংহতি অথবা কাজগ ধৰণৰ এটা বৃহত সংখ্যা আলেখ্যন কৰি আছে।

যদি আপুনি আপোনাৰ চিয়াঁহী যোগানকাৰী সলনি কৰে, প্ৰিন্টাৰ পুনৰ মানাংকন কৰাটো সুনিশ্চিত কৰিব!