মই মোৰ কেমেৰা কেনেকৈ মানাংকন কৰিম?

কেমেৰা ডিভাইচসমূহক পছন্দৰ পোহৰ পৰিৱেশত এটা লক্ষ্যৰ ফ'টোগ্ৰাফ লৈ মানাংকন কৰা হয়। RAW ফাইলক এটা TIFF ফাইললৈ পৰিবৰ্তন কৰি, ইয়াক ৰঙ নিয়ন্ত্ৰণ পেনেলত কেমেৰা ডিভাইচ মানাংকন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।

আপুনি TIFF ফাইল ক্ৰপ কৰিব লাগিব যাতে কেৱল লক্ষ্য দৃশ্যমান থাকে। বগা অথবা কলা প্ৰান্তসমূহ দৃশ্যমান থকাটো সুনিশ্চিত কৰক। মানাংকন কাম নকৰিব যদি ছবি উলোটা অথবা অধিক পৰিমাণত বিকৃত।

The resulting profile is only valid under the lighting condition that you acquired the original image from. This means you might need to profile several times for studio, bright sunlight and cloudy lighting conditions.