কোনবোৰ লক্ষ্য ধৰণ সমৰ্থিত?

লক্ষ্যবোৰৰ নিম্নলিখিত ধৰণ সমৰ্থিত:

  • CMP DigitalTarget

  • ColorChecker 24

  • ColorChecker DC

  • ColorChecker SG

  • i1 RGB Scan 14

  • LaserSoft DC Pro

  • QPcard 201

  • IT8.7/2

আপুনি লক্ষ্যবোৰ বিভিন্ন অনলাইন দোকানৰ পৰা বিখ্যাত বিক্ৰেতা যেনে KODAK, X-Rite আৰু LaserSoft ৰ পৰা কিনিব পাৰিব।

বিকল্পভাৱে আপুনি Wolf Faust ৰ পৰা উচিত মূল্যত লক্ষ্যবোৰ কিনিব পাৰিব।