ৰঙৰ আলেখ্যসমূহ মই ক'ত পাম?

আলেখ্যসমূহ প্ৰাপ্ত কৰাৰ উত্তম পদ্ধতি হল সিহতক নিজেই সৃজন কৰা, যদিও ইয়াৰ বাবে কিছুমান আৰম্ভণি বিন্যাসৰ প্ৰয়োজন হয়।

বহুতো নিৰ্মাতায় ডিভাইচসমূহৰ বাবে ৰঙৰ আলেখ্য প্ৰদান কৰাৰ চেষ্টা কৰে, যদিও কেতিয়াবা সিহত ড্ৰাইভাৰ বাণ্ডল ত থাকে যাক আপুনি ডাউনল'ড কৰি, নিষ্কাষণ কৰি ৰঙৰ আলেখ্যসমূহ সন্ধান কৰিব লগিয়া হব পাৰে।

Some manufacturers do not provide accurate profiles for the hardware and the profiles are best avoided. A good clue is to download the profile, and if the creation date is more than a year before the date you bought the device then it’s likely dummy data generated that is useless.

বিক্ৰেতা দ্বাৰা প্ৰদান কৰা আলেখ্যসমূহ সাধাৰণত মূল্যহীনতকৈ অধম কিয় হয় জানিবলৈ মই কিয় নিজে মানাংকন কৰাটো প্ৰয়োজনীয়? চাওক।