এটা ৰঙৰ আলেখ্য কি?

এটা ৰঙৰ আলেখ্য হল এটা তথ্যৰ এটা সংহতি যি এটা ডিভাইচ যেনে এটা প্ৰজেক্টৰ অথবা এটা ৰঙৰ স্থান যেনে sRGB ৰ বৈশিষ্ট্যকৰণ কৰে।

বেছিৰভাগ ৰঙৰ আলেখ্য এটা ICC আলেখ্যৰ বিন্যাসত থাকে, যি এটা .ICC অথবা .ICM ফাইল সম্প্ৰসাৰনৰ সৈতে এটা সৰু ফাইল।

ৰঙৰ আলেখ্যসমূহক তথ্যৰ gamut বিস্তাৰ ধাৰ্য্য কৰিবলৈ ছবিসমূহত অন্তৰ্ভুক্ত কৰিব পাৰি। ই সুনিশ্চিত কৰে যে ব্যৱহাৰকাৰীসকলে বিভিন্ন ডিভাইচত একেটা ৰঙ দেখি পায়।

Every device that is processing color should have its own ICC profile and when this is achieved the system is said to have an end-to-end color-managed workflow. With this kind of workflow you can be sure that colors are not being lost or modified.