ডিভাইচসমূহ অথবা ডিস্কসমূহৰ বাবে এপ্লিকেচনসমূহ খোলক
আপুনি এটা এপ্লিকেচনক স্বচালিতভাৱে আৰম্ভ হব দিব পাৰে যেতিয়া আপুনি এটা ডিভাইচ প্লাগ ইন কৰে অথবা এটা ডিস্ক অথবা এটা মিডিয়া কাৰ্ড সুমুৱায়। উদাহৰণস্বৰূপ, আপুনি এটা ডিজিটেল কেমেৰা প্লাগ ইন কৰোতে আপোনাৰ ফটো সংঘটক আৰম্ভ হোৱাটো বিচাৰিব পাৰে। আপুনি ইয়াক বন্ধ কৰিব পাৰে, যাতে আপুনি কিবা প্লাগ ইন কৰোতে একো নহয়।
বিভিন্ন ডিভাইচ প্লাগ ইন কৰোতে কোনবোৰ এপ্লিকেচন আৰম্ভ হব লাগে নিৰ্ধাৰণ কৰিবলৈ:
Go to the Desktop and start typing Removable Media.
Click Removable Media.
-
আপোনাৰ পছন্দৰ ডিভাইচ অথবা মিডিয়া ধৰণ বাছক, আৰু তাৰ পিছত সেই মিডিয়া ধৰণৰ বাবে এটা এপ্লিকেচন অথবা কাৰ্য্য বাছক। বিভিন্ন ধৰণৰ ডিভাইচ আৰু মিডিয়াৰ এটা বিৱৰণৰ বাবে তলত চাওক।
Instead of starting an application, you can also set it so that the device will be shown in the file manager, with the Open folder option. When that happens, you will be asked what to do, or nothing will happen automatically.
If you do not see the device or media type that you want to change in the list (such as Blu-ray discs or E-book readers), click Other Media… to see a more detailed list of devices. Select the type of device or media from the Type drop-down and the application or action from the Action drop-down.
If you do not want any applications to be opened automatically, whatever you plug in, select Never prompt or start programs on media insertion at the bottom of the Removable Media window.
ডিভাইচসমূহ আৰু মাধ্যমৰ ধৰণ
- অডিঅ' ডিস্কসমূহ
Choose your favorite music application or CD audio extractor to handle audio CDs. If you use audio DVDs (DVD-A), select how to open them under Other Media…. If you open an audio disc with the file manager, the tracks will appear as WAV files that you can play in any audio player application.
- ভিডিঅ' ডিস্কসমূহ
Choose your favorite video application to handle video DVDs. Use the Other Media… button to set an application for Blu-ray, HD DVD, video CD (VCD), and super video CD (SVCD). If DVDs or other video discs do not work correctly when you insert them, see Why won’t DVDs play?.
- ৰিক্ত ডিস্কসমূহ
Use the Other Media… button to select a disc-writing application for blank CDs, blank DVDs, blank Blu-ray discs, and blank HD DVDs.
- কেমেৰাসমূহ আৰু ফ'টোসমূহ
-
আপুনি আপোনাৰ ডিজিটেল কেমেৰা প্লাগ ইন কৰোতে অথবা এটা কেমেৰাৰ পৰা এটা মিডিয়া কাৰ্ড সুমুৱাওতে যেনে এটা CF, SD, MMC, অথবা MS কাৰ্ড, এটা ফটো-ব্যৱস্থাপনা এপ্লিকেচন বাছিবলৈ ফটোসমূহ ড্ৰপ-ডাউন ব্যৱহাৰ কৰক। আপুনি ফাইল ব্যৱস্থাপক ব্যৱহাৰ কৰি আপোনাৰ ফটোসমূহ ব্ৰাউছ কৰিব পাৰিব।
Under Other Media…, you can select an application to open Kodak picture CDs, such as those you might have made in a store. These are regular data CDs with JPEG images in a folder called Pictures.
- সংগিত প্লেয়াৰসমূহ
আপোনাৰ পৰ্টেবুল সংগিত প্লেয়াৰত সংগিত লাইব্ৰেৰী ব্যৱস্থাপনা কৰিবলৈ, অথবা ফাইল ব্যৱস্থাপক ব্যৱহাৰ কৰি নিজেই ফাইলসমূহ ব্যৱস্থাপনা কৰিবলৈ এটা এপ্লিকেচন বাছক।
- ই-বুক ৰিডাৰবোৰ
Use the Other Media… button to choose an application to manage the books on your e-book reader, or manage the files yourself using the file manager.
- চফ্টৱেৰ
-
কিছুমান ডিস্ক আৰু আতৰাব পৰা মাধ্যমে চফ্টৱেৰ অন্তৰ্ভুক্ত কৰে যি মাধ্যম সুমুৱাওতে স্বচালিতভাৱে চলিব লাগে। স্বচলন চফ্টৱেৰৰ সৈতে মাধ্যম সুমুৱাওতে কি কৰা হব নিয়ন্ত্ৰণ কৰিবলৈ চফ্টৱেৰ বিকল্প ব্যৱহাৰ কৰক। চফ্টৱেৰ চলোৱাৰ আগত আপোনাক সদায় নিশ্চিতকৰণৰ বাবে সোধা হব।
Never run software from media you don’t trust.