শব্দ, ভিডিঅ' & ছবিবোৰ মৌলিক শব্দ শব্দৰ সমস্যাবোৰ — কোনো শব্দ নথকা অথবা কম শব্দ ক্ষমতাৰ সমস্যাবোৰ সমস্যামুক্তি কৰক। এটা অন্য মাইক্ৰফোন ব্যৱহাৰ কৰক — এটা এনালগ অথবা USB মাইক্ৰফোন ব্যৱহাৰ কৰক আৰু এটা অবিকল্পিত ইনপুট ডিভাইচ বাছক। ভিন্ন স্পিকাৰ অথবা হেডফোন ব্যৱহাৰ কৰক — স্পিকাৰসমূহ অথবা হেডফোনসমূহ বাছক আৰু এটা অবিকল্পিত অডিঅ' ইনপুট ডিভাইচ বাছক। শব্দৰ ভলিউম পৰিবৰ্তন কৰক — কমপিউটাৰৰ শব্দ ভলিউম সংহতি কৰক আৰু প্ৰতিটো এপ্লিকেচনৰ শব্দ উচ্চতা নিয়ন্ত্ৰণ কৰক। সতৰ্ক শব্দ বাছক অথবা অসামৰ্থবান কৰক — বাৰ্তাসমূহৰ বাবে শব্দ বাছক, সতৰ্কৰ ভলিউম সংহতি কৰক, অথবা সতৰ্কৰ শব্দবোৰ অসামৰ্থবান কৰক। অধিক তথ্য ব্যৱহাৰকাৰী & চিস্টেম সংহতিসমূহ — Keyboard, mouse & touchpad, display, languages, user accounts… সংগিত আৰু পৰ্টেব'ল অডিঅ' প্লেয়াৰসমূহ I can’t play the songs I bought from an online music store — Support for that file format might not be installed or the songs could be “copy protected”. My new iPod won’t work — একদম-নতুন iPods ক ব্যৱহাৰ কৰাৰ আগত iTunes চফ্টৱেৰ ব্যৱহাৰ কৰি সংস্থাপন কৰিব লাগিব। Songs don’t appear on my iPod when I copy them onto it — গানবোৰ কপি কৰি iPod ক পিছত সুৰক্ষিতভাৱে আতৰাবলৈ এটা মিডিয়া প্লেয়াৰ ব্যৱহাৰ কৰক। ডিভাইচসমূহ অথবা ডিস্কসমূহৰ বাবে এপ্লিকেচনসমূহ খোলক — CDs আৰু DVDs, কেমেৰা, অডিঅ' প্লেয়াৰ, আৰু অন্য ডিভাইচসমূহ আৰু মাধ্যমৰ বাবে এপ্লিকেচনসমূহ স্বচালিতভাৱে চলাওক। ফ'টোসমূহ আৰু অঙ্কীয় কেমেৰাসমূহ ডিভাইচসমূহ অথবা ডিস্কসমূহৰ বাবে এপ্লিকেচনসমূহ খোলক — CDs আৰু DVDs, কেমেৰা, অডিঅ' প্লেয়াৰ, আৰু অন্য ডিভাইচসমূহ আৰু মাধ্যমৰ বাবে এপ্লিকেচনসমূহ স্বচালিতভাৱে চলাওক। মিডিয়া কাৰ্ড ৰিডাৰ সমস্যাবোৰ — Troubleshoot media card readers. ভিডিঅ'সমূহ আৰু ভিডিঅ' কেমেৰাসমূহ Other people can’t play the videos I made — পৰিক্ষা কৰক যে সিহতৰ সঠিক কডেকসমূহ ইনস্টল আছে। Why won’t DVDs play? — আপোনাৰ সঠিক কডেকসমূহ ইনস্টল নাথাকিব পাৰে, অথবা DVD ভুল অঞ্চলত থাকিব পাৰে। ডিভাইচসমূহ অথবা ডিস্কসমূহৰ বাবে এপ্লিকেচনসমূহ খোলক — CDs আৰু DVDs, কেমেৰা, অডিঅ' প্লেয়াৰ, আৰু অন্য ডিভাইচসমূহ আৰু মাধ্যমৰ বাবে এপ্লিকেচনসমূহ স্বচালিতভাৱে চলাওক। অধিক তথ্য Endless OS Desktop Help — A guide for Endless OS Desktop users.