আপোনাৰ মাউছক বাওঁ-হাতেৰে ব্যৱহাৰ কৰক
আপুনি আপোনাৰ মাউছ অথবা টাচপেডৰ বাঁও আৰু সোঁ বুটামসমূহৰ ব্যৱহাৰ সলনি কৰিব পাৰিব যাতে ই বাঁও-হাতৰ ব্যৱহাৰৰ বাবে সুবিধাজনক হয়।
- Go to the Desktop and start typing Mouse & Touchpad. 
- Click on Mouse & Touchpad to open the panel. 
- In the General section, click to switch Primary button to Right. 
এই সংহতিয়ে আপোনাৰ মাউছ আৰু টাচপেড দুয়োটাকে প্ৰভাৱিত কৰিব, লগতে অন্য যিকোনো পইন্টিং ডিভাইচ।