মাউছ পোইন্টাৰ গতি কৰা নাই

মাউছ প্লাগ্গড্ আছে নে নিৰীক্ষণ কৰক

যদি আপোনাৰ এটা কেবুলৰ সৈতে মাউছ আছে, ই আপোনাৰ কমপিউটাৰৰ সৈতে ভালকৈ প্লাগ্গড্ আছে নে পৰিক্ষা কৰি চাওক।

If it is a USB mouse (with a rectangular connector), try plugging it in to a different USB port. If it is a PS/2 mouse (with a small, round connector with six pins), make sure that it is plugged in to the green mouse port rather than the purple keyboard port. You may need to restart the computer if it was not plugged in.

মাউছ সঁচাকৈ কাৰ্য্য কৰে নে পৰিক্ষা কৰক

মাউছক এটা ভিন্ন কমপিউটাৰত প্লাগ কৰক আৰু চাওক সঁচাকৈ ই কাৰ্য্য কৰে নে।

If the mouse is an optical or laser mouse, a light should be shining out of the bottom of the mouse if it is turned on. If there is no light, check that it is turned on. If it is and there is still no light, the mouse may be broken.

বেতাঁৰ মাউছসমূহ পৰিক্ষা কৰা

  • Make sure the mouse is turned on. There is often a switch on the bottom of the mouse to turn the mouse off completely, so you can take it with you without it constantly waking up.

  • যদি আপুনি এটা ব্লুটুথ মাউছ ব্যৱহাৰ কৰি আছে, আপুনি সেই মাউছক আপোনাৰ কমপিউটাৰৰ সৈতে যোৰ কৰাটো সুনিশ্চিত কৰক। আপোনাৰ কমপিউটাৰক এটা ব্লুটুথ ডিভাইচৰ সৈতে সংযুক্ত কৰক চাওক।

  • এটা বুটাম ক্লিক কৰক আৰু মাউচ এতিয়া লৰিছে নে চাওক। কিছুমান বেতাঁৰ মাউছে শক্তি সংৰক্ষণ কৰিবলৈ, নিদ্ৰাত যায়, সেয়েহে আপুনি এটা বুটাম ক্লিক নকৰালৈকে প্ৰতিক্ৰিয়া নকৰিব। ই কাৰ্য্যকৰী হোৱাৰ আগত মাউছ বিলম্বৰ সৈতে প্ৰতিক্ৰিয়া কৰে চাওক।

  • মাউছৰ বেটাৰি চাৰ্জ্ড আছে নে পৰিক্ষা কৰক।

  • সুনিশ্চিত কৰক যে গ্ৰাহক (ডঙল) কমপিউটাৰৰ সৈতে সঠিকভাৱে প্লাগ ইন কৰা আছে।

  • যদি আপোনাৰ মাউছ আৰু গ্ৰাহকে ভিন্ন ৰেডিঅ' চেনেলত কাৰ্য্য কৰিব পাৰে, সিহতে দুয়োটাই একেটা চেনেল সংহতি কৰাটো সুনিশ্চিত কৰক।

  • আপুনি এটা সংযোগ স্থাপন কৰিবলৈ মাউছ, গ্ৰাহক অথবা দুয়োটাতে এটা বুটাম টিপিব লগা হব পাৰে। এনে ক্ষেত্ৰত আপোনাৰ মাউছৰ নিৰ্দেশ হাতপুথিত অধিক বিৱৰণ থাকিব।

Most RF (radio) wireless mice should work automatically when you plug them into your computer. If you have a Bluetooth or IR (infrared) wireless mouse, you may need to perform some extra steps to get it working. The steps might depend on the make or model of your mouse.