বেতাঁৰ সংযোগ সমস্যামুক্তক
সুনিশ্চিত কৰক যে বেতাঁৰ এডাপ্টাৰ চিনাক্ত কৰা হৈছিল
যদিও বেতাঁৰ এডাপ্টাৰ কমপিউটাৰৰ সৈতে সংযুক্ত আছে, ইয়াক হয়তো কমপিউটাৰ দ্বাৰা এটা নেটৱাৰ্ক ডিভাইচ ৰূপে চিনাক্ত কৰা হোৱা নাই। এই স্তৰত, আপুনি ডিভাইচ সঠিকভাৱে চিনাক্ত কৰা হৈছিল নে নিৰীক্ষণ কৰিব।
এটা টাৰ্মিনেল খোলক, lshw -C network টাইপ কৰক আৰু Enter টিপক। যদি ই এটা ত্ৰুটি বাৰ্তা দিয়ে, আপুনি হয়তো আপোনাৰ কমপিউটাৰৰ বাবে lshw প্ৰগ্ৰাম ইনস্টল কৰিব লাগিব।
-
উপস্থিত হোৱা তথ্য চাওক আৰু বেতাঁৰ আন্তঃপৃষ্ঠ অংশ চাওক। যদি আপোনাৰ বেতাঁৰ এডাপ্টাৰ সঠিকভাৱে চিনাক্ত কৰা হৈছিল, আপুনি ইয়াৰ সৈতে কিবা সদৃশ দেখা পাব (কিন্তু একে নহয়):
*-network description: Wireless interface product: PRO/Wireless 3945ABG [Golan] Network Connection vendor: Intel Corporation
-
যদি এটা বেতাঁৰ ডিভাইচ তালিকাভুক্ত থাকে, ডিভাইচ ড্ৰাইভাৰসমূহ স্তৰ ত যাওক।
যদি এটা বেতাঁৰ ডিভাইচ তালিকাভুক্ত নহয়, আপুনি লোৱা পৰৱৰ্তী স্তৰসমূহ আপুনি ব্যৱহাৰ কৰা ডিভাইচৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰিব। তলত কমপিউটাৰৰ সৈতে প্ৰাসংগিক বেতাঁৰ এডাপ্টাৰ ধৰণৰ অংশ চাওক (internal PCI, USB, অথবা PCMCIA)।
PCI (অভ্যন্তৰীক) বেতাঁৰ এডাপ্টাৰ
অভ্যন্তৰীক PCI এডাপ্টাৰসমূহ আটাইতকৈ সাধাৰণ, আৰু বিগত কিছু বছৰত নিৰ্মাণ কৰা বেছিৰভাগ লেপটপত পোৱা যায়। আপোনাৰ PCI বেতাঁৰ এডাপ্টাৰ চিনাক্ত কৰা হৈছিল নে নিৰীক্ষণ কৰিবলৈ:
এটা টাৰ্মিনেল খোলক, lspci টাইপ কৰক আৰু Enter টিপক।
-
Look through the list of devices that is shown and find any that are marked Network controller or Ethernet controller. Several devices may be marked in this way; the one corresponding to your wireless adapter might include words like wireless, WLAN, wifi or 802.11. Here is an example of what the entry might look like:
নেটৱাৰ্ক নিয়ন্ত্ৰক: Intel Corporation PRO/Wireless 3945ABG [Golan] নেটৱাৰ্ক সংযোগ
If you found your wireless adapter in the list, proceed to the Device Drivers step. If you didn’t find anything related to your wireless adapter, see the instructions below.
USB বেতাঁৰ এডাপ্টাৰ
Wireless adapters that plug into a USB port on your computer are less common. They can plug directly into a USB port, or may be connected by a USB cable. 3G/mobile broadband adapters look quite similar to wireless (Wi-Fi) adapters, so if you think you have a USB wireless adapter, double-check that it is not actually a 3G adapter. To check if your USB wireless adapter was recognized:
এটা টাৰ্মিনেল খোলক, lsusb টাইপ কৰক আৰু Enter টিপক।
-
ডিভাইচসমূহৰ তালিকা চাওক আৰু এটা বেতাঁৰ অথবা নেটৱাৰ্ক ডিভাইচক প্ৰসংগ কৰা এটা ডিভাইচ সন্ধান কৰক। আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ সৈতে প্ৰসংগ কৰা বেতাঁৰ এডাপ্টাৰে বেতাঁৰ, WLAN, wifi অথবা 802.11 শব্দবোৰ অন্তৰ্ভুক্ত কৰিব পাৰে। প্ৰৱিষ্টি দেখাত এনেকুৱা হব পাৰে:
Bus 005 Device 009: ID 12d1:140b Huawei Technologies Co., Ltd. EC1260 Wireless Data Modem HSD USB Card
If you found your wireless adapter in the list, proceed to the Device Drivers step. If you didn’t find anything related to your wireless adapter, see the instructions below.
এটা PCMCIA ডিভাইচৰ বাবে নিৰীক্ষণ কৰা হৈছে
PCMCIA বেতাঁৰ এডাপ্টাৰসমূহ সাধাৰণত আয়ত আকৃতিৰ কাৰ্ড হয় যি আপোনাৰ লেপটপৰ কাষত স্লট হয়। সিহতক সাধাৰণত পুৰনি কমপিউটাৰসমূহত পোৱা যায়। আপোনাৰ PCMCIA এডাপ্টাৰ চিনাক্ত হৈছিল নে নিৰীক্ষণ কৰিবলৈ:
বেতাঁৰ এডাপ্টাৰ প্লাগ ইন নথকাকৈ আপোনাৰ কমপিউটাৰ আৰম্ভ কৰক।
-
এটা টাৰ্মিনেল খেলক আৰু নিম্নলিখিত টাইপ কৰক, তাৰ পিছত Enter টিপক:
tail -f /var/log/messages
This will display a list of messages related to your computer’s hardware, and will automatically update if anything to do with your hardware changes.
আপোনাৰ বেতাঁৰ এডাপ্টাৰক PCMCIA স্লটত সুমুৱাওক আৰু টাৰ্মিনেল উইন্ডোত কি পৰিবৰ্তন হয় চাওক। পৰিবৰ্তনসমূহে আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ বিষয়ে কিছুমান তথ্য অন্তৰ্ভুক্ত কৰিব লাগে। সিহতক চিনাক্ত কৰিব পাৰে নে চাওক।
কমান্ডক টাৰ্মিনেলত চলাৰ পৰা ৰখাবলৈ, Ctrl+C টিপক। আপুনি তেনেকুৱা কৰাৰ পিছত, আপুনি টাৰ্মিনেল বন্ধ কৰিব পাৰে।
If you found any information about your wireless adapter, proceed to the Device Drivers step. If you didn’t find anything related to your wireless adapter, see the instructions below.
বেতাঁৰ এডাপ্টাৰ চিনাক্ত কৰিব পৰা নগল
If your wireless adapter was not recognized, it might not be working properly or the correct drivers may not be installed for it. How you check to see if there are any drivers you can install will depend on which Linux distribution you are using (like Ubuntu, Arch, Fedora or openSUSE).
To get specific help, look at the support options on your distribution’s website. These might include mailing lists and web chats where you can ask about your wireless adapter, for example.