বেতাঁৰ নেটৱাৰ্ক সমস্যামুক্তক
আপোনাৰ নেটৱাৰ্ক হাৰ্ডৱেৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰক
In this step, you will collect information about your wireless network device. The way you fix many wireless problems depends on the make and model number of the wireless adapter, so you will need to make a note of these details. It can also be helpful to have some of the items that came with your computer too, like device driver installation discs. Look for the following items, if you still have them:
আপোনাৰ বেতাঁৰ ডিভাইচসমূহৰ বাবে পেকেইজিং আৰু নিৰ্দেশ (বিশেষভাৱে আপোনাৰ ৰাউটাৰৰ বাবে ব্যৱহাৰকাৰী সহায়ক)
আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ বাবে ড্ৰাইভাৰসমূহ অন্তৰ্ভুক্ত কৰা ডিস্ক (যদিও ই কেৱল Windows ড্ৰাইভাৰ অন্তৰ্ভুক্ত কৰে)
The manufacturers and model numbers of your computer, wireless adapter and router. This information can usually be found on the underside or reverse of the device.
Any version or revision numbers that may be printed on your wireless network devices or their packaging. These can be especially helpful, so look carefully.
Anything on the driver disc that identifies either the device itself, its “firmware” version, or the components (chipset) it uses.
যদি সম্ভব, এটা বিকল্প কাৰ্য্যকৰি ইন্টাৰনেট সংযোগলৈ অভিগম কৰাৰ চেষ্টা কৰক যাতে আপুনি প্ৰয়োজন সাপেক্ষে চফ্টৱেৰ আৰু ড্ৰাইভাৰসমূহ ডাউনল'ড কৰিব পাৰে। (এটা ইথাৰনেট নেটৱাৰ্ক কেবুলৰ সৈতে আপোনাৰ কমপিউটাৰক প্ৰত্যক্ষভাৱে ৰাউটাৰত প্লাগ কৰাটো ইয়াক প্ৰদান কৰাৰ এটা ধৰণ, কিন্তু কেৱল প্ৰয়োজন হলেহে ইয়াক প্লাগ কৰিব।)
যেতিয়া আপেনাৰ ওচৰত যিমান সম্ভব এই বস্তুবোৰ থাকিব, পৰৱৰ্তী ক্লিক কৰিব।