বেতাঁৰ নেটৱাৰ্ক সমস্যামুক্তক
এটা আৰম্ভণি সংযোগ নিৰীক্ষণ পৰিৱেশন কৰক
In this step you will check some basic information about your wireless network connection. This is to make sure that your networking problem isn’t caused by a relatively simple issue, like the wireless connection being turned off, and to prepare for the next few troubleshooting steps.
সুনিশ্চিত কৰক যে আপোনাৰ লেপটপ এটা তাঁৰযুক্ত ইন্টাৰনেট সংযোগৰ সৈতে সংযুক্ত নহয়।
যদি আপোনাৰ এটা বহিৰ্তম বেতাঁৰ এডাপ্টাৰ আছে (যেনে এটা USB এডাপ্টাৰ, অথবা এটা PCMCIA যি আপোনাৰ লেপটপত প্লাগ হয়), সুনিশ্চিত কৰক যে ই আপোনাৰ কমপিউটাৰৰ সঠিক স্লটত সুমুৱা হৈছে।
যদি আপোনাৰ বেতাঁৰ কাৰ্ড আপোনাৰ কমপিউটাৰৰ ভিতৰ ত আছে, সুনিশ্চিত কৰক যে বেতাঁৰ চুইচ অন কৰা আছে (যদি ইয়াৰ এটা আছে)। লেপটপসমূহৰ সাধাৰণত বেতাঁৰ চুইচ থাকে যাক আপুনি সংযুক্তি কি'সমূহ টিপি টগল কৰিব পাৰিব।
Open the system menu from the right side of the taskbar and select the Wi-Fi network, then select Wi-Fi Settings. Make sure that the Wi-Fi switch is set to on. You should also check that Airplane Mode is not switched on.
-
Open the Terminal, type nmcli device and press Enter.
This will display information about your network interfaces and connection status. Look down the list of information and see if there is an item related to the wireless network adapter. If the state is connected, it means that the adapter is working and connected to your wireless router.
যদি আপুনি আপোনাৰ বেতাঁৰ ৰাউটাৰৰ সৈতে সংযুক্ত আছে, কিন্তু আপুনি তথাপিও ইন্টাৰনেট অভিগম কৰিব পৰা নাই, আপোনাৰ ৰাউটাৰ সঠিকভাৱে সংস্থাপন হোৱা নাই, অথবা আপোনাৰ ইন্টাৰনেট সেৱা প্ৰদানকাৰী (ISP) এ কিছুমান কাৰিকৰি সমস্যা অনুভৱ কৰি আছে। সংহতিসমূহ সঠিক আছে নে সুনিশ্চিত কৰিবলৈ আপোনাৰ ৰাউটাৰ আৰু ISP সংস্থাপন সহায়কসমূহ পুনৰদৰ্শন কৰক, অথবা সমৰ্থনৰ বাবে আপোনাৰ ISP ক যোগাযোগ কৰক।
If the information from nmcli device did not indicate that you were connected to the network, click Next to proceed to the next portion of the troubleshooting guide.