এটা প্ৰিন্ট কাৰ্য্য বাতিল কৰক, বিৰাম দিয়ক অথবা মুক্ত কৰক
আপুনি প্ৰিন্টাৰ সংহতিসমূহত এটা বাকি থকা প্ৰিন্ট কাৰ্য্য বাতিল কৰিব পাৰিব আৰু ইয়াক শাৰীৰ পৰা আতৰাব পাৰিব।
এটা প্ৰিন্ট কাৰ্য্য বাতিল কৰক
যদি আপুনি এটা দস্তাবেজক ভুলতে প্ৰিন্ট কৰা আৰম্ভ কৰিছে, আপুনি প্ৰিন্ট বাতিল কৰিব পাৰিব যাতে আপুনি কোনো চিয়াঁহী অথবা পৃষ্ঠা নষ্ট কৰিব লগিয়া নহয়।
এটা প্ৰিন্ট কাৰ্য্য কেনেকৈ বাতিল কৰিব:
Go to the Desktop and start typing Printers.
Click Printers to open the panel.
প্ৰিন্টাৰসমূহ ডাইলগৰ সোঁ কাষত কাৰ্য্যসমূহ দেখুৱাওক বুটাম ক্লিক কৰক।
Cancel the print job by clicking the stop button.
If this does not cancel the print job like you expected, try holding down the cancel button on your printer.
As a last resort, especially if you have a big print job with a lot of pages that will not cancel, remove the paper from the printer’s paper input tray. The printer should realize that there is no paper and will stop printing. You can then try canceling the print job again, or try turning the printer off and then on again.
Be careful that you don’t damage the printer when removing the paper, though. If you would have to pull hard on the paper to remove it, you should probably just leave it where it is.
এটা প্ৰিন্ট কাৰ্য্য বিৰাম দিয়ক আৰু মুক্ত কৰক
যদি আপুনি এটা প্ৰিন্ট কাৰ্য্যক বিৰাম দিব খোজে অথবা মুক্ত কৰিব খোজে, আপুনি প্ৰিন্টাৰ সংহতিসমূহত কাৰ্য্যসমূহ ডাইলগত গৈ আৰু সঠিক বুটাম ক্লিক কৰি কৰিব পাৰিব।
Go to the Desktop and start typing Printers.
Click Printers to open the panel.
প্ৰিন্টাৰসমূহ ডাইলগৰ সোঁ কাষত কাৰ্য্যসমূহ দেখুৱাওক বুটাম ক্লিক কৰক আৰু আপোনাৰ প্ৰয়োজন সাপেক্ষে প্ৰিন্ট কাৰ্য্য বিৰাম দিয়ক অথবা এৰক।