প্ৰিন্টিং How can I check my printer’s ink or toner levels? — প্ৰিন্টাৰ কাট্ৰিজসমূহত অৱশিষ্ট চিয়াঁহী অথবা টনাৰৰ পৰিমাণ নিৰীক্ষণ কৰক। ফাইললৈ প্ৰিন্ট কৰক — Save a document as a PDF, PostScript or SVG file instead of sending it to a printer. এটা প্ৰিন্টাৰ সংস্থাপন কৰক এটা স্থানীয় প্ৰিন্টাৰ সংস্থাপন কৰক — Set up a printer that is connected to your computer, or your local network. অবিকল্পিত প্ৰিন্টাৰ সংহতি কৰক — আপুনি বেছিৰভাগ সময় ব্যৱহাৰ কৰা প্ৰিন্টাৰ বাছক। এটা প্ৰিন্টাৰৰ নাম অথবা অৱস্থান পৰিবৰ্তন কৰক — প্ৰিন্টাৰ সংহতিসমূহত এটা প্ৰিন্টাৰ নাম অথবা অৱস্থান পৰিবৰ্তন কৰক। কাগজৰ ভিন্ন আকাৰ আৰু বিন্যাসসমূহ Print envelopes — Make sure that you have the envelope the right way up, and have chosen the correct paper size. এটা পুস্তিকা প্ৰিন্ট কৰক — A4 অথবা Letter-sized পাত ব্যৱহাৰ কৰি এটা মেৰিওৱা, বহু-পৃষ্ঠা বুকলেট কেনেকৈ প্ৰিন্ট কৰা হব। কেৱল নিৰ্দিষ্ট পৃষ্ঠা প্ৰিন্ট কৰক — কেৱল নিৰ্দিষ্ট পৃষ্ঠা প্ৰিন্ট কৰক, অথবা পৃষ্ঠাবোৰৰ এটা বিস্তাৰ। দুয়ো-পৃষ্ঠা অথবা একাধিক-পৃষ্ঠাৰ বিন্যাসসমূহ প্ৰিন্ট কৰক — পৃষ্ঠাৰ দুয়ো কাষত, অথবা প্ৰতি পাত একাধিক পৃষ্ঠাসমূহ প্ৰিন্ট কৰক। পৃষ্টাসমূহক এটা ভিন্ন ক্ৰমত প্ৰিন্ট কৰাওক — প্ৰিন্টৰ ক্ৰম সংকলন কৰক আৰু উভতাওক। প্ৰিন্ট কৰোতে পৃষ্ঠাৰ আকাৰ পৰিবৰ্তন কৰক — এটা দস্তাবেজক এটা ভিন্ন পৃষ্ঠাৰ আকাৰ অথবা দিশত প্ৰিন্ট কৰক। প্ৰিন্টাৰ সমস্যসমূহ এটা পাতৰ নিসন্ধি আতৰোৱা — আপুনি কেনেকৈ এটা ঠাহ খোৱা পাত আতৰাব সেয়া প্ৰিন্টাৰৰ নিৰ্মাণ আৰু আৰ্হিৰ ওপৰত নিৰ্ভৰ কৰে। এটা প্ৰিন্ট কাৰ্য্য বাতিল কৰক, বিৰাম দিয়ক অথবা মুক্ত কৰক — এটা বাকি থকা প্ৰিন্ট কাৰ্য্য বাতিল কৰক আৰু ইয়াক শাৰীৰ পৰা আতৰাওক। মোৰ প্ৰিন্ট-আউটবোৰ স্ট্ৰিক, লাইন অথবা ভুল ৰঙ কিয়? — যদি প্ৰিন্ট-আউটসমূহ স্টিকি, ফেডিং, অথবা ৰঙহিন হয়, আপোনাৰ চিয়াঁহী স্তৰ নিৰীক্ষণ কৰক অথবা প্ৰিন্ট হেড সফা কৰক। অধিক তথ্য হাৰ্ডৱেৰ সমস্যাবোৰ অধিক তথ্য হাৰ্ডৱেৰ & ড্ৰাইভাৰসমূহ — হাৰ্ডৱেৰ সমস্যাবোৰ, প্ৰিন্টাৰসমূহ, শক্তি সংহতিসমূহ, ৰঙ ব্যৱস্থাপনা, ব্লুটুথ, ডিস্কসমূহ…