প্ৰিন্ট কৰোতে পৃষ্ঠাৰ আকাৰ পৰিবৰ্তন কৰক

যদি আপুনি আপোনাৰ দস্তাবেজৰ পৃষ্ঠা আকাৰ পৰিবৰ্তন কৰিব খোজে (উদাহৰণস্বৰূপ, এটা A4 পৃষ্ঠাত US Letter-sized PDF প্ৰিন্ট কৰা), আপুনি দস্তাবেজৰ প্ৰিন্টিং বিন্যাস পৰিবৰ্তন কৰিব পাৰিব।

  1. Open the print dialog by pressing Ctrl+P.

  2. পৃষ্ঠাৰ সংস্থাপন টেব বাছক।

  3. Under the Paper column, choose your Paper size from the drop-down list.

  4. Click Print to print your document.

You can also use the Orientation drop-down list to choose a different orientation:

  • পট্ৰেইট

  • লেণ্ডস্কেইপ

  • উলোটা পোট্ৰেইট

  • উলোটা লেণ্ডস্কেইপ