শব্দৰ সমস্যাবোৰ আপোনাৰ কমপিউটাৰত শব্দৰ প্লেবেক ভঙাৰ কেইবাটাও কাৰণ আছে। আপোনাৰ সমস্যাক তলত দিয়াত কোনটো বিষয়ে আটাইতকৈ ভাল বিৱৰণ দিয়ে? I cannot hear any sounds on the computer — Check that the sound is not muted, that cables are plugged in properly, and that the sound card is detected. শব্দ বাজোতে মই ফট্ফট অথবা গুঞ্জন শুনি পাওঁ — আপোনাৰ অডিঅ' কেবুল আৰু শব্দ কাৰ্ড ড্ৰাইভাৰসমূহ নিৰীক্ষণ কৰক। অধিক তথ্য মৌলিক শব্দ — ভলিউম, স্পিকাৰ আৰু হেডফোন, মাইক্ৰফোন… হাৰ্ডৱেৰ সমস্যাবোৰ