নেটৱাৰ্ক সমস্যাবোৰ I can’t see my wireless network in the list — The wireless could be turned off or broken, or you may be trying to connect to a hidden network. My computer connects to the wrong network — Edit your connection settings, and remove the unwanted connection option. Other users can’t connect to the internet — আপুনি এটা নেটৱাৰ্ক সংযোগৰ বাবে সংহতিসমূহ (যেনে পাছৱাৰ্ড) সংৰক্ষণ কৰিব পাৰিব যাতে যোনে কমপিউটাৰ ব্যৱহাৰ কৰে সিয়ে ইয়াৰ সৈতে সংযোগ কৰিব পাৰে। Other users can’t edit the network connections — আপোনাক নেটৱাৰ্ক সংযোগ সংহতিসমূহত সকলো ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ বিকল্পক আনচেক কৰিব লাগিব। ইন্টাৰনেট সম্ভবত লেহেম — অন্য বস্তুবোৰ ডাউনল'ড হৈ থাকিব পাৰে, আপোনাৰ সংযোগ দূৰ্বল হব পাৰে, অথবা ই দিনৰ এটা ব্যস্ত সময় হব পাৰে। মোৰ বেতাঁৰ নেটৱাৰ্ক কিয় বাৰংবাৰ বিচ্ছিন্নিত হয়? — আপোনাৰ হয়তো সংকেত কম আছে, অথবা নেটৱাৰ্কে হয়তো আপোনাক সঠিকভাৱে সংযোগ কৰিব দিয়া নাই। অধিক তথ্য Networking, web & email — বেতাঁৰ, তাঁৰযুক্ত, সংযোগ সমস্যাসমূহ, ৱেব ব্ৰাউছিং, ইমেইল একাওন্টসমূহ… আৰু চাওক Wireless networking — Connect to Wi-Fi, hidden networks, Wi-Fi disconnecting…