I can’t see my wireless network in the list

There are a number of reasons why you might not be able to see your wireless network on the list of available networks from the system menu.

  • যদি তালিকাত কোনো নেটৱাৰ্ক দেখুৱা হোৱা নাই, আপোনাৰ বেতাঁৰ হাৰ্ডৱেৰ বন্ধ থাকিব পাৰে, অথবা ই সঠিকভাৱে কাৰ্য্য নকৰিব পাৰে। ই অন থকাটো সুনিশ্চিত কৰক।

  • আপুনি নেটৱাৰ্কৰ বিস্তাৰৰ বাহিৰ থাকিব পাৰে। বেতাঁৰ ভিত্তি স্টেশন/ৰাউটাৰৰ ওচৰত যোৱাৰ চেষ্টা কৰক আৰু চাওক অলপ পিছত নেটৱাৰ্ক তালিকাত উপস্থিত হয় নে।

  • The list of wireless networks takes time to update. If you have just turned on your computer or moved to a different location, wait for a minute or so and then check if the network has appeared in the list.

  • নেটৱাৰ্ক লুকুৱা থাকিব পাৰে। যদি ই এটা লুকুৱা নেটৱাৰ্ক তেন্তে আপুনি অন্য ধৰণে সংযোগ কৰিব লাগিব