এটা এটা-কাষৰ প্ৰিন্টাৰত এটা পুস্তিকা প্ৰিন্ট কৰক

এটা PDF দস্তাবেজৰ পৰা এটা বুকলেট প্ৰিন্ট কৰিবলৈ এই নিৰ্দেশবোৰ দিয়া হৈছে।

If you want to print a booklet from a LibreOffice document, first export it to a PDF by choosing File ▸ Export as PDF…. Your document needs to have a multiple of 4 number of pages (4, 8, 12, 16,…). You may need to add up to 3 blank pages.

প্ৰিন্ট কৰিবলৈ:

  1. প্ৰিন্ট ডাইলগ খোলক। ইয়াক সাধাৰণত মেনুত প্ৰিন্ট ব্যৱহাৰ কৰি অথবা Ctrl+P কিবৰ্ড চৰ্টকাট ব্যৱহাৰ কৰি কৰিব পৰা যাব।

  2. Click the Properties… button

    In the Orientation drop-down list, make sure that Landscape is selected.

    Click OK to go back to the print dialog.

  3. Under Range and Copies, choose Pages.

    এই ক্ৰমত পৃষ্ঠাসমূহৰ সংখ্যা টাইপ কৰক (n হল পৃষ্ঠাৰ সৰ্বমুঠ সংখ্যা, আৰু ৪ ৰ এটা বহুগুণ):

    n, 1, 2, n-1, n-2, 3, 4, n-3, n-4, 5, 6, n-5, n-6, 7, 8, n-7, n-8, 9, 10, n-9, n-10, 11, 12, n-11…

    …যেতিয়ালৈকে আপুনি সকলো পৃষ্ঠা টাইপ কৰি লোৱা নাই।

    উদাহৰণসমূহ:

    ৪ পৃষ্ঠাৰ বুকলেট: 4,1,2,3 টাইপ কৰক

    ৮ পৃষ্ঠাৰ বুকলেট: 8,1,2,7,6,3,4,5 টাইপ কৰক

    ১২ পৃষ্ঠাৰ বুকলেট: 12,1,2,11,10,3,4,9,8,5,6,7 টাইপ কৰক

    ১৬ পৃষ্ঠাৰ বুকলেট: 16,1,2,15,14,3,4,13,12,5,6,11,10,7,8,9 টাইপ কৰক

    ২০ পৃষ্ঠাৰ বুকলেট: 20,1,2,19,18,3,4,17,16,5,6,15,14,7,8,13,12,9,10,11 টাইপ কৰক

  4. Choose the Page Layout tab.

    Under Layout, select Brochure.

    Under Page Sides, in the Include drop-down list, select Front sides / right pages.

  5. প্ৰিন্ট ক্লিক কৰক।

  6. যেতিয়া সকলো পৃষ্ঠাৰ প্ৰিন্ট সম্পূৰ্ণ হৈ যায়, পৃষ্ঠাসমূহ লুটিয়াওক আৰু সিহতক প্ৰিন্টাৰত পুনৰ থওক।

  7. প্ৰিন্ট ডাইলগ খোলক। ইয়াক সাধাৰণত মেনুত প্ৰিন্ট ব্যৱহাৰ কৰি অথবা Ctrl+P কিবৰ্ড চৰ্টকাট ব্যৱহাৰ কৰি কৰিব পৰা যাব।

  8. Choose the Page Layout tab.

    Under Page Sides, in the Include drop-down list, select Back sides / left pages.

  9. প্ৰিন্ট ক্লিক কৰক।