এটা পুস্তিকা প্ৰিন্ট কৰক

আপুনি এটা বুকলেটক PDF ৰ পৰা প্ৰিন্ট কৰিব পাৰিব।

If you want to print a booklet from a LibreOffice document, first export it to a PDF by choosing File ▸ Export as PDF…. Your document needs to have a multiple of 4 number of pages (4, 8, 12, 16,…). You may need to add up to 3 blank pages.

If the number of pages in your PDF document is not a multiple of 4, you should add the appropriate number of blank pages (1,2 or 3) to make it a multiple of 4. To do so, you can:

  1. প্ৰয়োজনীয় (1-3) ৰিক্ত পৃষ্ঠাৰ সৈতে এটা LibreOffice দস্তাবেজ সৃষ্টি কৰক।

  2. ফাইল ▸ PDF ৰূপত ৰপ্তানি কৰক… নিৰ্বাচন কৰি ৰিক্ত পৃষ্ঠাসমূহক এটা PDF লৈ ৰপ্তানি কৰক।

  3. PDF-Shuffler অথবা PDF Mod ব্যৱহাৰ কৰি ৰিক্ত পৃষ্ঠাসমূহক আপোনাৰ PDF দস্তাবেজৰ সৈতে একত্ৰিত কৰক, ৰিক্ত পৃষ্ঠাসমূহক শেষত থৈ।

তলৰ তালিকাৰ পৰা প্ৰিন্ট কৰিবলৈ ব্যৱহাৰ কৰা প্ৰিন্টাৰৰ ধৰণ বাছক: