অবিকল্পিত প্ৰিন্টাৰ সংহতি কৰক
যদি আপোনাৰ এটাতকৈ অধিক প্ৰিন্টাৰ থাকে, আপুনি আপোনাৰ অবিকল্পিত প্ৰিন্টাৰ বাছিব পাৰিব। আপুনি সৰ্বাধিক ব্যৱহাৰ কৰা প্ৰিন্টাৰ বাছিব পাৰিব।
You need administrative privileges on the system to set the default printer.
Go to the Desktop and start typing Printers.
প্ৰিন্টাৰসমূহ ক্লিক কৰক।
উপলব্ধ প্ৰিন্টাৰসমূহৰ তালিকাৰ পৰা আপোনাৰ পছন্দৰ অবিকল্পিত প্ৰিন্টাৰ বাছক।
Press Unlock in the top right corner and type in your password when prompted.
Select the Default printer checkbox.
When you print in an application, the default printer is automatically used, unless you choose a different printer.