এটা স্থানীয় প্ৰিন্টাৰ সংস্থাপন কৰক

Your system can recognize many types of printers automatically once they are connected. Most printers are connected with a USB cable that attaches to your computer, but some printers connect to your wired or wireless network.

If your printer is connected to the network, it will not be set up automatically – you should add it from the Printers panel in Settings.

  1. প্ৰিন্টাৰ অন থকাটো সুনিশ্চিত কৰক।

  2. সঠিক কেবুল ব্যৱহাৰ কৰি প্ৰিন্টাৰক আপোনাৰ চিস্টেমৰ সৈতে সংযুক্ত কৰক। চিস্টেম ড্ৰাইভাৰসমূহৰ বাবে সন্ধান কৰোতে আপুনি পৰ্দা গতিবিধি দেখি পাব, আৰু আপোনাক সিহতক ইনস্টল কৰিবলৈ প্ৰমাণিত কৰিবলৈ সোধা হব পাৰে।

  3. চিস্টেমে প্ৰিন্টাৰ ইনস্টল কৰা সম্পূৰ্ণ কৰিলে এটা বাৰ্তা উপস্থিত হব। এটা পৰিক্ষণ পৃষ্ঠা প্ৰিন্ট কৰিবলৈ, পৰিক্ষণ পৃষ্ঠা প্ৰিন্ট কৰক বাছক, অথবা প্ৰিন্টাৰ সংস্থাপনত অতিৰিক্ত পৰিবৰ্তন কৰিবলৈ বিকল্পসমূহ বাছক।

If your printer was not set up automatically, you can add it in the printer settings:

  1. Go to the Desktop and start typing Printers.

  2. প্ৰিন্টাৰসমূহ ক্লিক কৰক।

  3. Press Unlock in the top right corner and type in your password when prompted.

  4. Press the Add… button.

  5. In the pop-up window, select your new printer and press Add.

    If your printer is not discovered automatically, but you know its network address, enter it into the text field at the bottom of the dialog and then press Add

If your printer does not appear in the Add Printer window, you may need to install print drivers.

আপুনি প্ৰিন্টাৰ ইনস্টল কৰাৰ পিছত, আপুনি আপোনাৰ অবিকল্পিত প্ৰিন্টাৰ পৰিবৰ্তন কৰিব পাৰে।