উপযোগী কিবৰ্ড চৰ্টকাটসমূহ
This page provides an overview of keyboard shortcuts that can help you use your desktop and applications more efficiently. If you cannot use a mouse or pointing device at all, see কিবৰ্ড ভ্ৰমণ for more information on navigating user interfaces with only the keyboard.
ডেস্কটপ ভ্ৰমণ কৰা
Alt+F1 or the Super key |
Switch between the Desktop and running applications. In the desktop, start typing to instantly search your applications, contacts, and documents. |
Alt+F2 |
Pop up command window (for quickly running commands). Use the arrow keys to quickly access previously run commands. |
Super+Tab |
উইন্ডোসমূহৰ মাজত দ্ৰুতভাৱে চুইচ কৰক। উলোটা ক্ৰমৰ বাবে Shift ধৰি থওক। |
Super+` |
একেটা এপ্লিকেচনৰ পৰা উইন্ডোসমূহ চুইচ কৰক, অথবা Super+Tab ৰ পিছত নিৰ্বাচিত এপ্লিকেচনৰ পৰা। This shortcut uses ` on US keyboards, where the ` key is above Tab. On all other keyboards, the shortcut is Super plus the key above Tab. |
Alt+Esc |
Switch between windows. Hold down Shift for reverse order. |
Ctrl+Alt+Tab |
Give keyboard focus to the taskbar. In the Desktop, switch keyboard focus between the taskbar and the windows. Use the arrow keys to navigate. |
Super+A |
এপ্লিকেচসমূহৰ তালিকা দেখুৱাওক। |
Shift+Super+← |
Move the current window one monitor to the left. |
Shift+Super+→ |
Move the current window one monitor to the right. |
Ctrl+Alt+Delete |
|
Super+L |
|
Super+V |
Show the notification list. Press Super+V again or Esc to close. |
সাধাৰণ সম্পাদন চৰ্টকাটসমূহ
Ctrl+A |
এটা তালিকাত সকলো লিখনী অথবা বস্তু বাছক। |
Ctrl+X |
নিৰ্বাচিত লিখনী অথবা বস্তু কাট কৰক (আতৰাওক) আৰু ইয়াক ক্লিপবৰ্ডত স্থাপন কৰক। |
Ctrl+C |
নিৰ্বাচিত লিখনী অথবা বস্তুবোৰ ক্লিপবৰ্ডলৈ কপি কৰক। |
Ctrl+V |
ক্লিপবৰ্ডৰ সমলসমূহ পেইস্ট কৰক। |
Ctrl+Z |
সৰ্বশেষ কাৰ্য্য বাতিল কৰক। |
পৰ্দাৰ পৰা লোৱা
Prnt Scrn |
|
Alt+Prnt Scrn |
|
Shift+Prnt Scrn |
পৰ্দাৰ এটা স্থানৰ স্ক্ৰিনশ্বট লওক। পইন্টাৰ এটা কৰ্চহেয়াৰলৈ পৰিবৰ্তন হয়। এটা স্থান বাছিবলৈ ক্লিক আৰু ড্ৰেগ কৰক। |
Ctrl+Alt+Shift+R |
আৰু চাওক
- Menu কি'ৰ অৰ্থ কি? — মেনু কি'য়ে ৰাইট-ক্লিকৰ পৰিৱৰ্তে কিবৰ্ডৰ সৈতে এটা পৰিপ্ৰেক্ষতিত মেনু লঞ্চ কৰে।
- Super কি'ৰ অৰ্থ কি? — The Super key opens the Desktop. You can usually find it next to the Alt key on your keyboard.
- কিবৰ্ড চৰ্টকাটসমূহ সংহতি কৰক — কিবৰ্ড সংহতিসমূহত কিবৰ্ড চৰ্টকাটসমূহৰ বিৱৰণ দিয়ক অথবা পৰিবৰ্তন কৰক।
- কিবৰ্ড ভ্ৰমণ — এটা মাউছ নহোৱাকৈ এপ্লিকেচনসমূহ আৰু ডেস্কটপ ব্যৱহাৰ কৰক।