উপযোগী কিবৰ্ড চৰ্টকাটসমূহ
This page provides an overview of keyboard shortcuts that can help you use your desktop and applications more efficiently. If you cannot use a mouse or pointing device at all, see কিবৰ্ড ভ্ৰমণ for more information on navigating user interfaces with only the keyboard.
ডেস্কটপ ভ্ৰমণ কৰা
| Alt+F1 or the Super key | Switch between the Desktop and running applications. In the desktop, start typing to instantly search your applications, contacts, and documents. | 
| Alt+F2 | Pop up command window (for quickly running commands). Use the arrow keys to quickly access previously run commands. | 
| Super+Tab | উইন্ডোসমূহৰ মাজত দ্ৰুতভাৱে চুইচ কৰক। উলোটা ক্ৰমৰ বাবে Shift ধৰি থওক। | 
| Super+` | একেটা এপ্লিকেচনৰ পৰা উইন্ডোসমূহ চুইচ কৰক, অথবা Super+Tab ৰ পিছত নিৰ্বাচিত এপ্লিকেচনৰ পৰা। This shortcut uses ` on US keyboards, where the ` key is above Tab. On all other keyboards, the shortcut is Super plus the key above Tab. | 
| Alt+Esc | Switch between windows. Hold down Shift for reverse order. | 
| Ctrl+Alt+Tab | Give keyboard focus to the taskbar. In the Desktop, switch keyboard focus between the taskbar and the windows. Use the arrow keys to navigate. | 
| Super+A | এপ্লিকেচসমূহৰ তালিকা দেখুৱাওক। | 
| Shift+Super+← | Move the current window one monitor to the left. | 
| Shift+Super+→ | Move the current window one monitor to the right. | 
| Ctrl+Alt+Delete | |
| Super+L | |
| Super+V | Show the notification list. Press Super+V again or Esc to close. | 
সাধাৰণ সম্পাদন চৰ্টকাটসমূহ
| Ctrl+A | এটা তালিকাত সকলো লিখনী অথবা বস্তু বাছক। | 
| Ctrl+X | নিৰ্বাচিত লিখনী অথবা বস্তু কাট কৰক (আতৰাওক) আৰু ইয়াক ক্লিপবৰ্ডত স্থাপন কৰক। | 
| Ctrl+C | নিৰ্বাচিত লিখনী অথবা বস্তুবোৰ ক্লিপবৰ্ডলৈ কপি কৰক। | 
| Ctrl+V | ক্লিপবৰ্ডৰ সমলসমূহ পেইস্ট কৰক। | 
| Ctrl+Z | সৰ্বশেষ কাৰ্য্য বাতিল কৰক। | 
পৰ্দাৰ পৰা লোৱা
| Prnt Scrn | |
| Alt+Prnt Scrn | |
| Shift+Prnt Scrn | পৰ্দাৰ এটা স্থানৰ স্ক্ৰিনশ্বট লওক। পইন্টাৰ এটা কৰ্চহেয়াৰলৈ পৰিবৰ্তন হয়। এটা স্থান বাছিবলৈ ক্লিক আৰু ড্ৰেগ কৰক। | 
| Ctrl+Alt+Shift+R | 
আৰু চাওক
- Menu কি'ৰ অৰ্থ কি? — মেনু কি'য়ে ৰাইট-ক্লিকৰ পৰিৱৰ্তে কিবৰ্ডৰ সৈতে এটা পৰিপ্ৰেক্ষতিত মেনু লঞ্চ কৰে।
- Super কি'ৰ অৰ্থ কি? — The Super key opens the Desktop. You can usually find it next to the Alt key on your keyboard.
- কিবৰ্ড চৰ্টকাটসমূহ সংহতি কৰক — কিবৰ্ড সংহতিসমূহত কিবৰ্ড চৰ্টকাটসমূহৰ বিৱৰণ দিয়ক অথবা পৰিবৰ্তন কৰক।
- কিবৰ্ড ভ্ৰমণ — এটা মাউছ নহোৱাকৈ এপ্লিকেচনসমূহ আৰু ডেস্কটপ ব্যৱহাৰ কৰক।