কিবৰ্ড
অঞ্চল & ভাষা
- বৈকল্পিক কিবৰ্ড বিন্যাসসমূহ ব্যৱহাৰ কৰক — কিবৰ্ডসমূহ যোগ কৰক আৰু সিহতৰ মাজত অদল বদল কৰক।
Accessibility
- Menu কি'ৰ অৰ্থ কি? — মেনু কি'য়ে ৰাইট-ক্লিকৰ পৰিৱৰ্তে কিবৰ্ডৰ সৈতে এটা পৰিপ্ৰেক্ষতিত মেনু লঞ্চ কৰে।
- Super কি'ৰ অৰ্থ কি? — The Super key opens the Desktop. You can usually find it next to the Alt key on your keyboard.
- Use an on-screen keyboard — Use an on-screen keyboard to enter text by clicking buttons with the mouse or a touchscreen.
- কিবৰ্ড ভ্ৰমণ — এটা মাউছ নহোৱাকৈ এপ্লিকেচনসমূহ আৰু ডেস্কটপ ব্যৱহাৰ কৰক।
- বাউঞ্চ কি'সমূহ অন কৰক — একেটা কি'ৰ দ্ৰুত-পুনৰাবৃত্তি হোৱা কি' টিপা উপেক্ষা কৰক
- লেহেম কি'সমূহ অন কৰক — এটা কি' টিপা আৰু পৰ্দাত উপস্থিত হোৱা সেই আখৰৰ মাজত এটা বিলম্ব ৰাখক।
- স্টিকি কি'সমূহ অন কৰক — কি'বৰ্ড চৰ্টকাটসমূহক সকলো কি' একেলগে টিপাৰ পৰিৱৰ্তে এটা সময়ত এটা কি' টিপি টাইপ কৰক।
অন্য বিষয়
- Manage repeated key presses — আপুনি এটা কি' ধৰই থওতে কিবৰ্ডক আখৰবোৰ পুনৰাবৃত্তি কৰিব নিদিব, অথবা পুনৰাবৃত্তি কি'সমূহৰ বিলম্ব আৰু গতি পৰিবৰ্তন কৰক।
- উপযোগী কিবৰ্ড চৰ্টকাটসমূহ — কিবৰ্ড ব্যৱহাৰ কৰি ডেস্কটপ ভ্ৰমণ কৰক।
- কিবৰ্ড কাৰ্চাৰ ব্লিঙ্ক কৰাওক — সুমুৱা বিন্দু ব্লিঙ্ক কৰাওক আৰু ই কিমান দ্ৰুত ব্লিঙ্ক কৰে নিয়ন্ত্ৰণ কৰক।
- কিবৰ্ড চৰ্টকাটসমূহ সংহতি কৰক — কিবৰ্ড সংহতিসমূহত কিবৰ্ড চৰ্টকাটসমূহৰ বিৱৰণ দিয়ক অথবা পৰিবৰ্তন কৰক।